Online NRC Name Correction Form | Assam NRC
nrc name correction form online.
nrc name correction assam.
https://www.draftcorrect.in/OnlineDraftCorrection/index.htm
nrc name correction form pdf
nrc assam name correction online
nrc name correction form download
nrc assam correction online
NRC ৰ অনলাইন শুধৰনি সম্পৰ্কীয়ঃ
খচৰা NRC ত অশুদ্ধভাবে অন্তৰ্ভুক্ত হোৱা লোকৰ নাম বা অন্যান্য ভুল শুধৰণিৰ বাবে NRC ৰ ৰাজ্যিক সমন্বয়কৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা এতিয়ালৈকে কোনোধৰণৰ অনলাইন লিংক অফিচিয়েলি জাৰি কৰা নাই। আজি গধূলিৰ পৰা সামাজিক প্ৰচাৰ মাধ্যম ফেচবুক/হোৱাট্চআাপ ইত্যাদিত
https://rc.nrcdrafts.com/OnlineDraftCorrection/index.html
যিটো লিংক প্ৰচাৰিত হৈ আছে সেয়া NRC ৰ শুধৰনিৰ অফিচিয়েল লিংক নহয়। ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে এই সম্পৰ্কে অতিশীঘ্ৰে স্পষ্টীকৰণ দিব বুলি আমাক অৱগত কৰিছে। এই লিংকটি কেৱল প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলিয়ো আমি যোগাযোগ কৰোতে ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে জনায়। সদাশয় ৰাইজক এই লিংক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনালো।
NRC ৰ ৰাজ্যিক সমন্বয়ক শ্রী প্রতীক হাজেলাক অতিশীঘ্ৰে শুধৰণিৰ ফৰ্ম জমা দিয়া, জমা দিয়াৰ অন্তিম তাৰিখ সম্পৰ্কে এটি বিবৃতি প্ৰদান কৰাৰ লগতে অনলাইন পৰ্টেল অপেন কৰিবলৈ দাবী.
nrc correction form online
how to correct name in nrc online