How to use Teleprompter Narendra Modi Pm India

কেমেৰাত বন্দী হল নৰেন্দ্ৰ মোডীৰ..। ডাঙৰ ডাঙৰ ভাষণ দিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ দিবলৈ ব্যৱহাৰ কৰে Teleprompter‌।
আজি চাংসাৰি AIIMS ভূমি পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজহুৱা ভাষণ দিওঁতে নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰিলে Teleprompter।
কি এই Teleprompter ?

Teleprompter হৈছে এনেকুৱা এটা বৈদ্যুতিক সামগ্ৰী য’ত আপুনি ৰাজহুৱা সভাত কি কব সকলোবোৰ লিখি Teleprompter সংস্থাপিত কৰিলে লিখাবোৰ Teleprompter Screen ত আহি থাকিব¸ কিন্তু Teleprompter ৰ বিপৰীতে থকা লোকসকলে দেখা নাপায় Teleprompter ত কি লিখা আছে নাইবা Teleprompter উপস্থিতি।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱহাৰ কৰে Teleprompter ।জনসাধাৰণে ভাবে জনসাধাৰণক চাই ভাষণ দিলে মোদীয়ে কিন্তু আচলতে Teleprompter চাই পূৰ্বে প্ৰস্তুত কৰা লিখা পঢ়ি ভাষণ দিয়ে মোদীয়ে।

RELATED SEARCHES
teleprompter app
how to operate a teleprompter
teleprompter software
cheap teleprompter
teleprompter ipad
best teleprompter software
do youtubers use teleprompters
writing for teleprompter

Leave a Reply

Your email address will not be published. Required fields are marked *